ভুৱা এনকাউন্টাৰ! ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ ৰাজ্যৰ গৃহ বিভাগ...

ৰাজ্যত সংঘটিত ভুৱা এনকাউণ্টাৰ প্রসংগ।

author-image
Asomiya Pratidin
New Update
ভুৱা এনকাউন্টাৰ! ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ ৰাজ্যৰ গৃহ বিভাগ...

ৰাজ্যত সংঘটিত ভুৱা এনকাউণ্টাৰ প্রসংগ।

পুনৰ শপতনামা দাখিলত ব্যৰ্থ ৰাজ্যৰ গৃহ বিভাগ।

পূৰ্বৰ শুনানিত এনকাউণ্টাৰ ঘটনাৰ বিতং শপতনামা দাখিলৰ নিৰ্দেশ দিছিল।

নিৰ্দেশ প্রদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

১৪ নৱেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানি।

দিল্লীৰ পৰা শুনানিত ভিডিঅ’ কনফাৰেঞ্চযোগে অংশগ্রহণ কৰে প্রশান্ত ভূষণে।

assam encounter Assam police