মহামায়া খেল পথাৰত বন্দে মাতৰম পৰিৱেশন

ৰাষ্ট্ৰীয় গীত পৰিবেশনত অংশ লয় শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়ত্ৰী, চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিজেপিৰ জিলা নেতা কৰ্মী সকলোৱে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ  গৌৰীপুৰ মহামায়া খেল পথাৰত ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ উদ্যোগত, ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম সৃষ্টিৰ ১৫০ বৰ্ষপুৰ্তি উপলক্ষ্যে তিনি হাজাৰ লোকে একেলগে বন্দে মাতৰম পৰিবেশন কৰে।

ৰাষ্ট্ৰীয় গীত পৰিবেশনত অংশ লয় শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়ত্ৰী, চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিজেপিৰ জিলা নেতা কৰ্মী সকলোৱে। আজি সমবেত সকলোৱে বহিৰাগত সামগ্ৰী বৰ্জন কৰি থলুৱা সামগ্ৰী গ্ৰহণ কৰাৰ বাবে একেলগে সংকল্প লোৱা পৰিলক্ষিত হয়।

বন্দে মাতৰম