ATMৰ টকা কঢ়িওৱা বাহনৰ খুন্দাত নিহত এটি শিশু

গৌৰীপুৰৰ মাটিয়াবাগত পথ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

গৌৰীপুৰৰ মাটিয়াবাগত পথ দুৰ্ঘটনা।

Advertisment

মঙলবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।

ষ্টেট বেংকৰ ATMৰ টকা কঢ়িওৱা বাহনৰ খুন্দাত নিহত এটি শিশু।

নিহত দ্বিতীয় শ্রেণীৰ ছাত্রী ছাহনাজ ইয়াছমিন।

বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা সময়তে এই দুৰ্ঘটনা।

assam road accident