New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/gauhati-university.jpg)
- পুনৰ বিতৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়।
- এক নিৰ্দেশনাৰ বাবে বিতৰ্কলৈ আহিছে গুৱাহাটী বিশ্ববিদ্যালয়খন।
- বিশ্ববিদ্যালয়খনে ইয়াৰ ৬৫ গৰাকীকৈ ঠিকাভিত্তিক শিক্ষকক অব্যাহতি প্ৰদান কৰিছে।
- জি এছ এ.২৩/১৯/ পি টি./ ১৬ নং নিৰ্দেশনাৰ জৰিয়তে এই সিদ্ধান্তৰ বিষয়ে অবগত কৰিছে।
- এই নিৰ্দেশনা অনুসৰি ১ জুলাইৰ পৰা বন্ধ অংশকালীন প্ৰবক্তাক চুক্তিৱদ্ধ কৰাৰ প্ৰক্ৰিয়া।
- বিগত ৯ জুনতে এই বিষয়ে লোৱা হৈছিল সিদ্ধান্ত।
- ৯ জুনত বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল আৰু উপাচাৰ্যৰ বৈঠকত এই বিষয়ে লোৱা হৈছিল সিদ্ধান্ত।
- বিশ্ববিদ্যালয়খনৰ এই নিৰ্দেশনাৰ ফলত প্ৰভাবিত হ'ব ৰাজ্যৰ উচ্চ শিক্ষা প্ৰক্ৰিয়া।
- এই নিৰ্দশনাৰ বাবে বিশ্ববিদ্যালয়খনৰ বিভাগসমূহৰ শিক্ষাৰ্থীসকল প্ৰভাবিত হোৱাটো নিশ্চিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/GU-NF-1024x1024.jpg)