
শাক-পাচলিত কীটনাশক দ্রব্য ব্যৱহাৰ সন্দৰ্ভত নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
গুৱাহাটী মহানগৰীত শাক-পাচলি প্রৱেশৰ পূৰ্বে হ’ব পৰীক্ষণ।
কীটনাশক দ্রব্যৰ পৰিমাণ নিৰূপণ হ’ব গুৱাহাটীত প্রৱেশৰ পূৰ্বে।
কেইবাটাও বিভাগক এই নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
কৃষি, স্বাস্থ্য, ফৰেনছিককে ধৰি কেইবাটাও বিভাগক পৰ্যাপ্ত ব্যৱস্থা গ্রহণৰ নিৰ্দেশ।
৩ মাৰ্চত ন্যায়ালয়ক বিভাগসমূহে এই সন্দৰ্ভত সবিশেষ জনাব লাগিব।
অধিবক্তা সীমা ভূঞাৰ আবেদনৰ ভিত্তিত এই নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ।