গুৱাহাটী কমাৰ্চ কলেজৰ ৩ শিক্ষাৰ্থীয়ে লাভ কৰিলে স্থান…

গুৱাহাটী কমাৰ্চ কলেজৰ ৩ শিক্ষাৰ্থীয়ে লাভ কৰিলে স্থান…

author-image
asomiyapratidin
New Update
গুৱাহাটী কমাৰ্চ কলেজৰ ৩ শিক্ষাৰ্থীয়ে লাভ কৰিলে স্থান…

  • উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত তিনিটাকৈ স্থান লাভ কৰিলে গুৱাহাটী কমাৰ্চ কলেজে।
  • তৃতীয় স্থান দখল কৰিলে নেহা আগৰৱালে।
  • ছাত্ৰীগৰাকীয়ে লাভ কৰিলে মুঠ নম্বৰ ৪৬৫।
  • চতুৰ্থ স্থান দখল কৰিলে অৰুনাভ নাথে।
  • অৰুনাভ নাথে লাভ কৰিলে মুঠ নম্বৰ ৪৬১।
  • পঞ্চম স্থান লাভ কৰিলে ৰাহুল ৰয়ে।
  • তেওঁ মুঠ লাভ কৰিলে ৪৬০ নম্বৰ।