New Update
/asomiyapratidin/media/media_files/2025/03/27/lEDHYiYUetKTY3UGwanr.jpg)
- কামৰূপৰ পাকৰকোণাৰ FNB ইটা উদ্যোগত ভয়ংকৰ ঘটনা ৷
- শ্ৰমিক থকা কোঠাত চিলিণ্ডাৰ বিষ্ফোৰিত হৈ অগ্নিকাণ্ড।
- এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ ১২ গৰাকীৰো অধিক পুৰুষ - মহিলাসহ এটি পানী কেঁচুৱা।
- শ্ৰমিক থকা ঠাই যথেষ্ঠ ঠেক হোৱাৰ বাবে হতাহতৰ সংখ্যা অধিক হোৱাৰ সন্দেহ কৰা হৈছে।
- অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
- হাজো অগ্নি নিৰ্বাপন বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত নিৰ্বাপিত কৰা হয় জুই।
- সংকটজনক অৱস্থাত আটাইকেই শ্ৰমিকক কেইবাখনো এম্বুলেঞ্চেৰে GMCH লৈ প্ৰেৰণ।
- ঘটনাস্থলীত উপস্থিত কামৰূপৰ অতিৰিক্ত আৰক্ষী বিষয়া।
- উপস্থিত হৈছে কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া ৰাজীৱ বৰুৱা ।