আহোমৰ বিৰুদ্ধে মন্তব্য কৰা গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ…

আহোমৰ বিৰুদ্ধে মন্তব্য কৰা গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
আহোমৰ বিৰুদ্ধে মন্তব্য কৰা গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ…

  • গৰ্গ চেটাৰ্জীক গ্রেপ্তাৰ।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে গ্রেপ্তাৰ।
  • কলকাতা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল গৰ্গ চেটাৰ্জীক।
  • চৰ্ত সাপেক্ষে গৰ্গ চেটাৰ্জীক জামিন দিলে আদালতে।
  • ১৭ ছেপ্টেম্বৰৰ ভিতৰত হাজিৰ হ'ব লাগিব CJM ক'ৰ্টত।
  • চ্যুকাফাক আক্রমণকাৰী বুলি মন্তব্য কৰিছিল চেটাৰ্জীয়ে।
assam arrested kolkata