New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b05f382c-622d-4df1-b0c0-32284b0972c1/pic_eimuhurtor_khobor_copy.jpg)
হোজাইত নিশা আৰক্ষীৰ অভিযান ।
বৃহৎ পৰিমাণৰ গাঞ্জাসহ ৬ সৰবৰাহকাৰীক আটক ।
নামনিমুৱা এখন যাত্রীবাহী ৰে’লৰ পৰা আটক কৰে আৰক্ষীয়ে ।
অভিযানত আৰক্ষীয়ে ৪৫ কেজি গাঞ্জা উদ্ধাৰ কৰে ।
আটক কৰা সৰবৰাহকাৰী কেইজন ক্ৰমে পৰিমল সৰকাৰ, নৰোত্তম দাস, হাৰাধন দেৱনাথ, কৃষ্ণ চিকাৰী, হীৰক দাস, সমীৰণ দাস ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us