/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/gam.png)
ডিজিটেল সংবাদ.মঙলদৈ: মঙলদৈ আৰক্ষীৰ জালত তিনি জুৱাৰী। মঙলদৈ নিকটৱৰ্তী গৰীয়াপাৰাৰ গফুৰ আলি,সৰু আঠিয়াবাৰীৰ ইলিয়াছ আলি, আৰু বৰ আঠিয়াবাৰীৰ কিশোৰ কটকীক বৃহস্পতি বাৰে মঙলদৈ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
জুৱাৰী কেইজনৰ পৰা জুৱা খেলত ব্যৱহৃত ডাইছৰ সামগ্ৰী জব্দ কৰে। ইতিমধ্যে মঙলদৈ আৰক্ষীয়ে জুৱাৰী কেইজনৰ ওপৰত Mangaldai– ps c.no.156/22.v/s 13/14 of AGB. নং গোচৰ ৰুজু কৰে।
আৰু পঢ়ক: ভয়ংকৰ দুৰ্ঘটনাঃ ট্ৰাকত খুন্দা প্রধানমন্ত্রী সভালৈ যোৱা যাত্রীবাহী ট্রেভেলাৰৰ …