/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/157de582-7fd4-4142-aa3c-0bcea6ed275b/fhhhhhhhh.jpg)
ডিজিটেল ডেস্ক: গোলাঘাট জিলা আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা ২০২২ ত ফৰকাটিং ছিনিয়ৰ চেকেণ্ডাৰী স্কুলে লাভ কৰে তিনিটাকৈ ৰূপৰ পদক। ফৰকাটিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন ছাত্ৰই লাভ কৰে তিনিটাকৈ পদক।
ফৰকাটিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অভিনৱ গোস্বামীয়ে গোলাঘাট জিলা আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতা ২০২২ ত তিনিটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
১২ বছৰৰ তলৰ ব্ৰেষ্ট ষ্ট্ৰোক, বেক ষ্ট্ৰোক আৰু বাটাৰ ফ্লাই শাখাত তিনিটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ সফলতাত সন্তুষ্টি প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us