/asomiyapratidin/media/media_files/2025/06/22/gdsgdddfdf-2025-06-22-21-09-16.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী লাচিত সংঘৰ উদ্যোগত আয়োজন কৰা হল বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ। দেওবাৰে নতুন শৰণীয়াৰ মামনি ৰয়চম গোস্বামী পথত থকা লাচিত সংঘৰ প্ৰাংগণত আয়োজন কৰা হৈছিল এই শিৱিৰৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/22/whatsapp-image-2025-2025-06-22-21-10-39.jpeg)
এএছজি আই হাস্পতালৰ সহযোগত দিনৰ দিনা ১০ বজাৰ পৰা ২.৩০ বজালৈ এই শিৱিৰৰ অনুষ্ঠিত হৈছিল। এই শিৱিৰত বহু লোকে বিনামূলীয়াকৈ চকু পৰীক্ষা। এনেধৰণৰ কাৰ্যসূচী হাতত লোৱাৰ বাবে উদ্যোক্তাক ধন্যবাদ জনায় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us