নেমচি নাৰ্ছিং হোমৰ পৰা গ্ৰেপ্তাৰ প্ৰৱঞ্চক...

সুজিৎ উদ্দিনৰ বিৰুদ্ধে কেইবাজনো লোকে দাখিল কৰিছিল এজাহাৰ হয়বৰগাঁও আৰক্ষীয়ে দেওবাৰে নিশা অভিযান চলাই উক্ত নাৰ্ছিং হোম খনৰ পৰাই গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক

author-image
Asomiya Pratidin
New Update
1
  • নগাঁও মোল্লাপট্টীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা এটা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ 
  • হয়বৰগাঁও আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰে লাহৰিঘাট আলিতাঙনীৰ সুজিৎ উদ্দিনক 
  • নেমচি নাৰ্ছিং হোমত বহু দিন ধৰি বহু লোকৰ পৰা ধন শৰাধ কৰি আহিছিল ধৃত লোকজনে 
  • সুজিৎ উদ্দিনৰ বিৰুদ্ধে কেইবাজনো লোকে দাখিল কৰিছিল এজাহাৰ
  • হয়বৰগাঁও আৰক্ষীয়ে দেওবাৰে নিশা অভিযান চলাই উক্ত নাৰ্ছিং হোম খনৰ পৰাই গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকটোক
নগাঁও নগাঁও আৰক্ষী