বহি:ৰাজ্যৰ পৰীক্ষাৰ্থীক ভুৱা নথি-পত্র যোগানকাৰী আটক…

বহি:ৰাজ্যৰ পৰীক্ষাৰ্থীক ভুৱা নথি-পত্র যোগানকাৰী আটক…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

  • বহি:ৰাজ্যৰ পৰীক্ষাৰ্থীক ভুৱা নথি-পত্র যোগানকাৰী আটক
  • মহানগৰীৰ পল্টন বজাৰত আটক উত্তৰ প্রদেশৰ দুষ্টচক্র
  • ভুৱা ছীল, চাৰ্টিফিকেটৰ লগতে বহু আপত্তিজনক নথি-পত্র উদ্ধাৰ
  • আৰক্ষী বিষয়া, উপায়ুক্তৰ কাৰ্যালয়ৰ ভুৱা ছীল জব্দ
  • ACP পৃথ্বীৰাজ ৰাজখোৱা, OC দিপান্ত ফুকনৰ নেতৃত্বত চলা অভিযানত আটক
  • অসমৰ লগতে উত্তৰ-পূবাঞ্চলৰ বিভিন্ন জিলাত চলাইছিল প্রবঞ্চনা
  • বহিঃৰাগতক PRC দৰে গুৰুত্বপূৰ্ণ প্রমাণপত্রৰ যোগান ধৰাৰ সন্দেহ আৰক্ষীৰ বহু পৰীক্ষাৰ্থীক যোগান ধৰিছিল ভুৱা প্রমাণ
assam himanta biswa sarma guwahati Assam police