New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3f512fff-5c08-4f7f-9d8f-52c09d411a07/download.jpg)
representative image
শালবাৰী আৰক্ষীৰ জালত ঝাৰখণ্ডৰ দুই চাইবাৰ অপৰাধী।
আটক আফজাল আনছাৰি আৰু আখতাৰ আনছাৰি।
বুধবাৰে আটক কৰে দুইজনক।
দুয়ো বেংকৰ লোক বুলি পৰিচয় দি লুটিছিল লক্ষাধিক টকা।
শিমলাৰ অমৃত দাস নামৰ এজন লোকৰ পৰা লুটিছিল ধন।
মোবাইলৰ জৰিয়তে লুটিছিল নগদ ১,০২,০০০ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us