বেংকৰ লোক বুলি লুটিছিল লক্ষাধিক টকা, আটক ২

শালবাৰী আৰক্ষীৰ জালত ঝাৰখণ্ডৰ দুই চাইবাৰ অপৰাধী।
representative image
representative image
  • শালবাৰী আৰক্ষীৰ জালত ঝাৰখণ্ডৰ দুই চাইবাৰ অপৰাধী।

  • আটক আফজাল আনছাৰি আৰু আখতাৰ আনছাৰি।

  • বুধবাৰে আটক কৰে দুইজনক।

  • দুয়ো বেংকৰ লোক বুলি পৰিচয় দি লুটিছিল লক্ষাধিক টকা।

  • শিমলাৰ অমৃত দাস নামৰ এজন লোকৰ পৰা লুটিছিল ধন।

  • মোবাইলৰ জৰিয়তে লুটিছিল নগদ ১,০২,০০০ টকা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in