দিছপুৰ আৰক্ষীৰ জালত প্রৱঞ্চক চক্র

দিছপুৰ আৰক্ষীৰ জালত প্রৱঞ্চক চক্র। ভুৱা ৱৰ্ক অৰ্ডাৰৰ নামত ধন সংগ্রহ কৰিছিল চক্রটোৱে।

author-image
Asomiya Pratidin
New Update
দিছপুৰ আৰক্ষীৰ জালত প্রৱঞ্চক চক্র

দিছপুৰ আৰক্ষীৰ জালত প্রৱঞ্চক চক্র।

ভুৱা ৱৰ্ক অৰ্ডাৰৰ নামত ধন সংগ্রহ কৰিছিল চক্রটোৱে।

প্রৱঞ্চক দেৱৰাজ গোস্বামীৰ নেতৃত্বত ধন সংগ্রহৰ অভিযোগ।

আৰক্ষীয়ে গ্রেপ্তাৰ কৰে দেৱৰাজ গোস্বামীসহ কেইবাজনো প্রৱঞ্চকক।

একাংশ ভুক্তভোগীৰ অভিযোগত গ্রেপ্তাৰ প্রৱঞ্চক চক্রটোক।

assam guwahati