New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/akhil-kumar-medhi.jpg)
- গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাক্তন উপাচাৰ্য অখিল কুমাৰ মেধিৰ পৰলোকপ্ৰাপ্তি হয়।
- তেওঁ ৰয়েল গ্লোৱেল বিশ্ববিদ্যালয়তো অধ্যাপক ৰুপে কৰ্মৰত আছিল।
- তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাসায়ন বিজ্ঞানৰো অধ্যাপক।
- কেৱল শিক্ষকেই নহয় বহু ছাত্ৰ-ছাত্ৰীৰ বাবে অধ্যাপক মেধি আছিল অভিভাৱক তথা দিকনিৰ্ণায়ক।
- তেওঁ আছিল বিজ্ঞান তথা নতুন প্ৰযুক্তি তথ্যৰে সমৃদ্ধ এজন অধ্যাপক।
- বুধবাৰে পুৱা ইহলীলা সম্বৰণ কৰে অখিল কুমাৰ মেধিয়ে।
- তেওঁ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় পৰিয়ালৰ লগতে আত্মীয় স্বজন তথা অসমৰ বিজ্ঞান অনুৰাগী লোকসকলে।