New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- বকোত বুধবাৰে তীব্ৰ চাঞ্চল্য।
- অবৈধ বালি মাফিয়াৰ বিৰুদ্ধে বন বিভাগৰ অভিযান।
- বকোৰ শিংৰা নদীৰ পৰা বালি মাফিয়াক খেদিবলৈ বনবিভাগে শূন্যলৈ নিক্ষেপ কৰে দুই জাঁইকৈ গুলি ।
- শিংৰা নদীৰ ৰৌমাৰী ঘাটত বনবিভাগে জব্দ কৰে বালিখনন কৰা দুটাকৈ মেচিন ।
- বালি মাফিয়াই মেচিন দুটা বনবিভাগৰ হাতৰ পৰা কঢ়ি নিব খোজতে বাধ্য হৈ গুলি নিক্ষেপ কৰিব লগা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us