New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ভিন্ন প্ৰান্তত কৃত্ৰিম বান, জলবন্দী মহানগৰবাসী
- নিশাৰ ভাগত অহা বৰষুণে বুৰালে সমগ্ৰ মহানগৰ
- গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ কৃত্ৰিম বান
- প্ৰবল বৰষুণৰ বাবে যোৰাবাটত অবৰ্ণনীয় পৰিস্থিতি
- বানে বুৰালে হাতীগাওঁ, ৱাৰলেচ, চানমাৰি
- লাচিত নগৰ, অনিল নগৰ, নবীন নগৰত ভয়ংকৰ বান
- উজান বজাৰ, বেলতলা, জু-ৰোড আদিতো বান
- কৃত্ৰিম বানৰ ফলত ঠায়ে ঠায়ে সৃষ্টি যানজঁট
- দিনৰভাগতো মহানগৰীত বৰষুণৰ সম্ভাৱনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us