গুৰুতৰ ভাৱে অসুস্থ হৈ চিকিৎসাধীন বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা

গুৰুতৰ ভাৱে অসুস্থ হৈ চিকিৎসাধীন বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা
  • গুৰুতৰ ভাৱে অসুস্থ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা

  • আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো বাঁহী বাদনেৰে প্ৰতিষ্ঠা লাভ কৰা শিল্পী গৰাকী বৰ্তমান দিছপুৰ হাস্পাতালত চিকিৎসাধীন

  • চিকিৎসকে জানিবলৈ দিয়া মতে দীপক শৰ্মা বৃক্ক, জণ্ডিছ আৰু হৃদৰোগত আক্ৰান্ত হৈছে

  • উন্নত চিকিৎসাৰ বাবে শিল্পী গৰাকীক ৰাজ্যৰ বাহিৰলৈ নিয়াৰ প্ৰয়োজন আছে

  • ইফালে দীপক শৰ্মাৰ গুণমুগ্ধই শিল্পী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in