/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/715404e0-685d-43c8-bb92-67d98edbf770/deepak_sharma.jpg)
- গুৰুতৰ ভাৱে অসুস্থ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা 
- আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো বাঁহী বাদনেৰে প্ৰতিষ্ঠা লাভ কৰা শিল্পী গৰাকী বৰ্তমান দিছপুৰ হাস্পাতালত চিকিৎসাধীন 
- চিকিৎসকে জানিবলৈ দিয়া মতে দীপক শৰ্মা বৃক্ক, জণ্ডিছ আৰু হৃদৰোগত আক্ৰান্ত হৈছে 
- উন্নত চিকিৎসাৰ বাবে শিল্পী গৰাকীক ৰাজ্যৰ বাহিৰলৈ নিয়াৰ প্ৰয়োজন আছে 
- ইফালে দীপক শৰ্মাৰ গুণমুগ্ধই শিল্পী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে 
আৰু পঢ়ক : মঙলদৈৰ প্ৰফুল্ল নগৰত ভয়ংকৰ দুৰ্ঘটনা...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us