কোকৰাঝাৰত নিষিদ্ধ ঘোষিত সংগঠনৰ পতাকা ৰাখি থৈ গ'ল অজ্ঞাত দুষ্কৃতিকাৰীয়ে...

কোকৰাঝাৰত নিষিদ্ধ ঘোষিত সংগঠনৰ পতাকা ৰাখি থৈ গ'ল অজ্ঞাত দুষ্কৃতিকাৰীয়ে...
  • কোকৰাঝাৰত নিষিদ্ধ ঘোষিত সংগঠনৰ পতাকা ।

  • ডিয়াঝিজৰী আৰু ভূটীয়াপাৰা গাঁৱৰ সীমাত আলফা (স্বাধীন)ৰ পতাকা ।

  • কোনো অচিনাক্ত দুষ্কৃতিকাৰীয়ে গড়কাপ্তানী পথৰ কাষত ৰাখি থয় আলফা (স্বাধীন)ৰ পতাকাখন ।

  • কোনে কি কাৰণত পতাকাখন ৰাখি থ'লে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ।

  • আলফা(স্বাধীন)ৰ পতাকাখন জব্দ কৰে আৰক্ষীয়ে ।

কোকৰাঝাৰত নিষিদ্ধ ঘোষিত সংগঠনৰ পতাকা ৰাখি থৈ গ'ল অজ্ঞাত দুষ্কৃতিকাৰীয়ে...
বৰ্ষীয়ান নেতা থানেশ্বৰ বড়ো অসুস্থ, চিকিৎসা প্ৰদানৰ আশ্বাস স্বাস্থ্যমন্ত্ৰীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in