অসম বিনোদন ৫ দিনৰ অন্তত ৰত্নাকৰৰ উপাৰ্জন ২.৩৪ কোটি… ৫ দিনৰ অন্তত ৰত্নাকৰৰ উপাৰ্জন ২.৩৪ কোটি… asomiyapratidin 16 Oct 2019 14:38 IST Follow UsNew Updateছুপাৰহীট যতীন বৰাৰ ৰত্নাকৰ।পঞ্চমটো দিনত ৰত্নাকৰে উপাৰ্জন কৰিছে ৪৫ লাখ টকা।৫ দিনৰ অন্তত মুঠ উপাৰ্জন হৈছেগৈ ২.৩৪ কোটি।বিভিন্ন ছবিগৃহত দৰ্শকৰ ভিৰ।ছবিখনক লৈ দৰ্শকে জনোৱা সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ছবিকনৰ কলা-কুশলীয়ে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক