/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
বোকাখাতত নিশা গুলীচালনা
মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়, আৱাস গৃহ চৌহদত এই ঘটনা
নিৰাপত্তাৰক্ষীৰ AK47 ৰাইফলৰ পৰা ফুটিল এজাঁই গুলী
নিৰাপত্তাৰক্ষী জন মহকুমা আৰক্ষী বিষয়া ৰেণুকান্তলা শীতল কুমাৰৰ
শূন্যলৈ গুলী চলালে চোটেলাল শৰ্মা নামৰ নিৰাপত্তাৰক্ষীজনে
৪ নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘাতৰ পিছতেই এই কাণ্ড
নিশাই চাৰিওগৰাকী নিৰাপত্তাৰক্ষীকে আটক আৰক্ষীৰ
চাৰিওগৰাকী নিৰাপত্তাৰক্ষীৰ AK47 ৰাইফল জব্দ
আটক: চোটেলাল শৰ্মা, কংকন পাটৰ, মাধুৰ্য বৰঠাকুৰ, কংকন দাস
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us