দপদপকৈ জ্বলি উঠিল এখন মালভৰ্তি মিনি ট্ৰাক

দপদপকৈ জ্বলি উঠিল এখন  মালভৰ্তি মিনি ট্ৰাক
  • নগাঁও ননৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘুৰঘুৰিত অঘটন ।

  • দেওবাৰে পুৱা এখন মালভৰ্তি মিনি ট্ৰাক স্বয়ংক্ৰিয় ভাৱে জ্বলি উঠে ।

  • গুৱাহাটীৰ পৰা হোজাই লৈ বাণিজ্যিক সামগ্ৰী লৈ আনিছিল মিনি ট্ৰাকখনে ।

  • জুইত জাহ যায় গাড়ীখনত কঢ়িয়াই অনা বিভিন্ন সামগ্ৰী ।

  • ঘটনাস্থলীত দুখনকৈ অগ্নি নিৰ্বাপক গাড়ীয়ে স্থানীয় ৰাইজৰ সহযোগত নিৰ্বাপিত কৰাৰ চেষ্টা ।

  • বৰ্তমানেও জানিব পৰা নাই অগ্নিপাতৰ সূত্ৰপাত ।

  • গাড়ী খনৰ নম্বৰ AS02CC 7351

দপদপকৈ জ্বলি উঠিল এখন  মালভৰ্তি মিনি ট্ৰাক
বিশিষ্ট সাহিত্যিক, অধ্যাপক তথা ভাষাতত্ত্ববিদ বিশ্বেশ্বৰ হাজৰিকাৰ পৰলোকপ্ৰাপ্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in