New Update
/asomiyapratidin/media/media_files/2025/03/05/n8MRJLwVw2MXCPAg4kbO.jpg)
fire
- লামডিঙত নিশা ভয়ংকৰ অগ্নিকাণ্ড
- ৰে'লৱেৰ ক্ৰচিংগেটত নিশা সংঘটিত হয় এই ঘটনা
- চিগনেল এণ্ড টেলিকমৰ এটা গুদামত লাগে জুই
- জুইৰ লেলিহান শিখাই আৱৰি ধৰে সমগ্ৰ অঞ্চল
- জুইত জাহ যায় গুদামটোত থকা কেবুলৰ বাণ্ডল
- অগ্নিনিৰ্বাপকবাহিনী বাহিনীৰ কেইবাখনো বাহনে নুমুৱাই জুই
- ৩ ঘন্টাৰো অধিক সময়ৰ প্ৰচেষ্টাৰ অন্তত নুমুৱাবলৈ সক্ষম হয় জুই
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us