New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
দুলীয়াজানৰ মধুবনত অঘটন
হঠাৎ চেন্ট্রেল গেছ গেডাৰিং ষ্টেচনত অগ্নিকাণ্ড
জুইৰ লেলিহান শিখাই আৱৰি ধৰে বৃহত্তৰ অঞ্চলটো
ঘটনাস্থলীত উপস্থিত প্রশাসন আৰু অগ্নিনিৰ্বাপক বাহিনী
যান্ত্রিক বিজুতিৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
Also Read: 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ভিডিঅ' এডিটৰ সঞ্জীৱ চৌধুৰীৰ বিয়োগ