New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/9d2510b2-3ff9-4b8c-8daf-fd7fbe0d3237/r24.jpg)
চাবুৱাৰ দিনজয় সত্ৰৰ সমীপৰ এটা বাসগৃহত ভয়াৱহ অগ্নিকাণ্ড
অগ্নিকাণ্ডৰ ফলত কেশৱ দাস নামৰ ব্যক্তি গৰাকীৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মিভূত হৈছে
ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমোৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও জুইত সম্পূৰ্ণৰূপে বাসগৃহটো ভস্মিভূত হয়
অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ'ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।