কাছাৰৰ বৰখলা লেবুৰবন্দত বিধ্বংসী অগ্নিকাণ্ড

কাছাৰৰ বৰখলা লেবুৰবন্দত বিধ্বংসী অগ্নিকাণ্ড
  • কাছাৰৰ বৰখলা লেবুৰবন্দত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ।

  • চিৰঞ্জিত দাস নামৰ লোকজনৰ ব্যৱসায়িক প্রতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডত ভস্মীভূত হয় দোকানখনৰ সকলো সা-সামগ্রী ।

  • দোকানখনত থকা প্রায় ৮ লাখ টকাৰ সা-সামগ্রীৰ ক্ষয়-ক্ষতি হয়।

  • শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ।

  • অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপন বাহিনীৰ সহায়ত জুই নিয়ন্কত্ৰাৰণ কৰিবলৈ সক্ষম হয়।

কাছাৰৰ বৰখলা লেবুৰবন্দত বিধ্বংসী অগ্নিকাণ্ড
পশ্চিম ধেমাজি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহৰ প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in