ধিং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড...

ধিং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড...
  • ধিং বজাৰত শনিবাৰে মাজ নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

  • কাপোৰৰ দোকানৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

  • স্বৰ্ট চাৰ্কেটৰ ফলত ৬খনকৈ দোকান সম্পূৰ্ণৰূপে জুইত জাহ যায়।

  • এই অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সামগ্ৰীৰ ক্ষয়-ক্ষতি হয় ।

  • নিশা আৰক্ষীয়ে প্ৰেটলিং দিয়াৰ সময়ত প্ৰতক্ষ্য কৰে।

  • অৱশেষত ধিং আৰক্ষী আৰু অগ্নিনিৰ্বাপনৰ বাহিনীৰ তৎপৰতাত জুই নোমোৱাবলৈ সক্ষম হয়।

ধিং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড...
বঢ়মপুৰত "বিশ্ব পশু চিকিৎসা দিৱস- ২০২৪" উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in