
মঙলদৈত অগ্নিকাণ্ড
মঙলদৈ কৰিম চ'কত শনিবাৰে পুৱতি নিশা প্ৰায় ২বজাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়
অগ্নিকাণ্ডৰ ফলত কৰিম চ'কৰ ৭খন দোকান আৰু এটা গুদাম ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়
শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ
৫ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপন
অগ্নিকাণ্ড কাণ্ডৰ ফলত প্ৰায় কোটি টকাৰ সামগ্ৰী ভস্মীভূত।