New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
গোগামুখত অগ্নিকাণ্ড।
দুৰ্বৃত্তই জ্বলাই দিলে মূৰঙ ঘৰ।
গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিচেই কাষতে আছিল মিচিং জনগোষ্ঠীৰ মূৰঙ ঘৰ।
দুৰ্বৃত্তই জ্বলাই দিয়াৰ সন্দেহ ৰাইজৰ।
সম্পূৰ্ণৰূপে ভস্মীভূত হয় মূৰঙ ঘৰটো।
সময়মতে ঘটনাস্থলীত উপস্থিত নহ'ল অগ্নিনিৰ্বাপক বাহিনী।
দাউ দাউকৈ জ্বলি ছাই হৈ গ'ল মুৰঙ ঘৰটো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us