New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-5.jpg)
- মহানগৰীৰ কমাৰ্চ কলেজত ভয়ংকৰ ঘটনা।
- অভিযোগ অনুসৰি প্ৰৱক্তাৰ প্ৰহাৰত শ্ৰৱণ শক্তি হেৰুৱাব লগীয়া হ'ল ছাত্ৰই ৷
- হেমন্ত কুমাৰ ডেকা নামৰ প্ৰৱক্তা গৰাকীৰ প্ৰহাৰত কাণৰ পৰ্দা ফাটিল এজন ছাত্ৰৰ।
- ছাত্ৰজনৰ নাম শুভম ক'ৰ বুলি জানিব পৰা গৈছে।
- সমগ্ৰ ঘটনা সন্দৰ্ভত চানমাৰি থানাত এজাহাৰ দাখিল পৰিয়ালৰ ৷
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us