/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2b96ad5d-f2be-440e-82a0-17e862564fb6/bekar.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/aa7255b9-6ee1-4590-9c30-9456656010d6/WhatsApp_Image_2023_01_24_at_9_12_19_AM.jpeg)
ডিজিটেল ডেস্ক : শ্বাহৰুখ খানৰ বিৰুদ্ধে গীতানগৰ থানাত গোচৰ । পাঠান চিনেমাখনে ভাৰতীয় সংবিধানৰ ৫১ (এ) অনুচ্ছেদ ভংগ কৰাৰ অভিযোগ । কুটুম্ব সুৰক্ষা পৰিষদৰ হৈ এই গোচৰ তৰিছে সভাপতি সত্যৰঞ্জন বৰাই । ছবিখনৰ প্ৰদৰ্শন বন্ধ কৰাৰ দাবী জনাইছে বৰাই । ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ । গোচৰ তৰিছে ছবিখনৰ প্ৰযোজকৰ বিৰুদ্ধে । ছবিখনৰ নিৰ্দেশক, বেচৰম ৰং শীৰ্ষক গীতটোৰ গীতিকাৰ, কৰিয়'গ্ৰাফাৰ আৰু অভিনেতা শ্বাহৰুখ খানৰ বিৰুদ্ধে এই গোচৰ তৰিছে বৰাই । গীতানগৰ থানাই (জি বি জি নম্বৰ : ২৬২৯, তাং ২৩,০১,২০২৩) এই এজাহাৰ গ্ৰহণ কৰিছে ।
আৰু পঢ়ক : জয়পুৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱত ইন্দ্ৰানী বৰুৱা প্ৰথম খন গল্প সংকলন মুকলি...