New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/13dbf772-5fbe-48e2-a401-9148d4395c6a/download.jpg)
মিঞা মিউজিয়ামৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ।
এজাহাৰ দাখিল অনুসূচীত জাতি ছাত্র সন্থাৰ।
মিউজিয়াম স্থাপনৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা গ্রহণৰ আহ্বান।
ভৱিষ্যতে এনে কামৰ পৰা বিৰত থাকিবলৈ সকীয়নি সংগঠনটোৰ।
ভৱিষ্যতে এনে কাম কৰিলে আন্দোলনৰ পথ লোৱাৰ হুংকাৰ ।
অসমত সাম্প্রদায়িক বিষবাষ্প বিয়পাইছে মিঞা পৰিষদে বুলি অভিযোগ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us