/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3139b421-2c2c-471f-852c-f6b303c3c8ce/tezpur.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : তেজপুৰত জীয়াভৰলী নৈৰ মথাউৰিত পকী পথ নিৰ্মাণৰ নামত বহু কোটি টকাৰ আঁচনিত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতি । নিৰ্মানৰ পিছতে খহিছে গাৰ্ড ওৱালৰ বহু অংশ । তেজপুৰ আৰু ৰঙাপৰা বিধান সভা সমষ্টিৰ এলেকাত জীয়াভৰলী নৈৰ মথাউৰিৰ ওপৰত নিৰ্মাণৰ বাবে অনুমোদন দিয়া আঁচনিতে দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে । এই দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া ক্ষুণ্ণ ৰাইজ ।