সুখবৰ: কাগজ কলৰ ২,৭১৫ কৰ্মচাৰীলৈ ৮১০.০২ কোটি টকা…

সুখবৰ: কাগজ কলৰ ২,৭১৫ কৰ্মচাৰীলৈ ৮১০.০২ কোটি টকা…

author-image
asomiyapratidin
New Update
পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী…

  • নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীলৈ সুখবৰ।
  • কাগজ কলৰ ২৭১৫ কৰ্মচাৰীলৈ আৰ্থিক সাহায্য।
  • আজি কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব সাহায্য।
  • ৮১০.০২ কোটি টকাৰ আৰ্থিক সাহায্য।
  • বিগত ৫ বছৰে পোৱা নাছিল দৰমহা।
  • এই সময়চোৱাত প্ৰায় ১০০০ জন কৰ্মচাৰীৰ মৃত্যু হয়।
  • ইয়াৰে একাংশই আত্মহত্যাও কৰে।
nagaon assam cachar