ড্রাগছক কেন্দ্র কৰি উত্তপ্ত ফিল’বাৰী।
ড্রাগছ মাফিয়াৰ বাসগৃহত আক্রমণৰ চেষ্টা একাংশ মহিলাৰ।
ছবি দেউৰী নামৰ মহিলাগৰাকীয়ে ড্রাগছ ব্যৱসায় চলাই অহাৰ অভিযোগ।
ছবি দেউৰীক গ্রেপ্তাৰৰ দাবীত থানা ঘেৰাও স্থানীয় ৰাইজৰ।
আৰক্ষী আৰু প্রতিবাদী মহিলাৰ মাজত হতাহতিৰ সৃষ্টি।