ৰূপকোঁৱৰ, সুধাকণ্ঠক স্মৰণেৰে আৰম্ভ ফিল্ম ফেয়াৰ এৱাৰ্ড- ২০২০…

ৰূপকোঁৱৰ, সুধাকণ্ঠক স্মৰণেৰে আৰম্ভ ফিল্ম ফেয়াৰ এৱাৰ্ড- ২০২০…

author-image
asomiyapratidin
New Update
ফিল্ম ফেয়াৰ এৱাৰ্ডঃ সৰুসজাইৰ পৰা প্ৰতি মুৰ্হূতৰ খবৰ, LIVE UPDATES

  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠ ভূপেন হাজৰিকা, প্ৰমথেশ বৰুৱাৰ স্মৃতিচাৰণেৰে সৰুসজাইত আৰম্ভ হৈছে ফিল্ম ফেয়াৰ এৱাৰ্ডৰ মূল অনুষ্ঠানৰ।
  • উপস্থিত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিল্পী জুবিন গাৰ্গ।
  • ৰাজ্যৰ হেভীৱেট বিষয়া, আমোলা, সাংবাদিক, শিল্পীসকলো উপস্থিত আছে এই অনুষ্ঠানত।
  • ৬.৩০ বজাত পূৰ্বে আৰম্ভ হোৱাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল ফিল্মফেয়াৰ এৱাৰ্ডৰ মূল অনুষ্ঠানৰ।
  • কিন্তু কেইবাগৰাকীও তাৰকা আহি নোপোৱাত অনুষ্ঠান আৰম্ভ কৰাত কিছু পলম হয়।
  • প্ৰায় ১.১০ মিনিট পলমকৈ আৰম্ভ হৈছে ফিল্ম ফেয়াৰ এৱাৰ্ড,২০২০ৰ অনুষ্ঠানৰ।