New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/b43826a6-12b0-465c-823c-f5521ff3a10b/fatasil.jpg)
fatasil
মহানগৰীৰ ফটাশিল আমবাৰীৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ড।
জুইত জাহ যায় প্রায় ডেৰশ পৰিয়ালৰ বাসগৃহ।
অগ্নিকাণ্ডত ১৫টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ।
সাইবাবা মন্দিৰ সমীপৰ হৰিজন কলনিত সংঘটিত হয় এই অগ্নিকাণ্ড।
ঘটনাক লৈ অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
কিন্তু এই পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us