/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/81243cd2-37dd-4cc9-9b01-7fe0e4e8a49c/ap_for_web_copy.jpg)
-
মহানগৰীত ১০ লাখ টকাৰ জালনোট জব্দ।
-
লখৰাত জব্দ কৰা হৈছে ২০টা বান্দিলত ১০ লাখ টকাৰ জালনোটখিনি।
-
লখিমপুৰৰ বিহপুৰীয়াৰ গোহাঁইকলনীৰ পৰা আহিছিল দুই জালনোট ব্যৱসায়ী।
-
গঁড়চুক আৰক্ষীয়ে লখৰাত জব্দ কৰে জালনোটখিনি।
-
ঘটনাৰে জড়িত ছৰিফুল ইছলাম আৰু ছাজাদুল ইছলামক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।
-
দুই সৰবৰাহকাৰীৰ পৰা ম’বাইল, ১০খন ছীম কাৰ্ডো আৰক্ষীয়ে জব্দ কৰিছে।
Also Read: ছিপাঝাৰত ছিঙিল ননৈ নদীৰ মথাউৰিঃ জলমগ্ন কেইবাখনো গাওঁ