জি এম চি এইচত আটক ভুৱা চিকিৎসক প্ৰণৱ জ্যোতি দাস

বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আটক ভুৱা চিকিৎসক। প্ৰণৱ জ্যোতি দাস নামৰ এজনে চার্জিকেল বিভাগত চিকিৎসা কৰি থাকোতেই ধৰিলে ৰোগীৰ আত্মীয়ই।

author-image
Asomiya Pratidin
New Update
জি এম চি এইচত আটক ভুৱা চিকিৎসক প্ৰণৱ জ্যোতি দাস

Fake doctor

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আটক ভুৱা চিকিৎসক। প্ৰণৱ জ্যোতি দাস নামৰ এজনে চার্জিকেল বিভাগত চিকিৎসা কৰি থাকোতেই ধৰিলে ৰোগীৰ আত্মীয়ই।

Advertisment

পৰৱৰ্তী সময়ত আৰক্ষীৰ হাতত লোকজনক গতাই দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই। ভুৱা পৰিচয় পত্ৰ বনাই লৈ চিকিৎসা কৰিবলৈ আহিছিল ধৃত প্ৰণৱ জ্যোতি দাস।

মাজে মাজে চিকিৎসায়লৈ অহাৰ কথা স্বীকাৰ কৰে ভুৱা চিকিৎসক জনে। মাজে মাজে এইমচলৈও যোৱাৰ কথা স্বীকাৰ কৰে ধৃত জনে। নিজকে নিউৰ'চার্জন বুলি চিনাকি দিছিল ভুৱা চিকিৎসকজনে।

assam arrested gmch Assam police