অসম মুখ্য-পৃষ্ঠা ভোটগ্ৰহণ কেন্দ্ৰত ফেচবুক লাইভ, আটক ডিমৌৰ যুৱক… ভোটগ্ৰহণ কেন্দ্ৰত ফেচবুক লাইভ, আটক ডিমৌৰ যুৱক… asomiyapratidin 11 Apr 2019 17:04 IST Follow UsNew Updateপ্ৰতীকি ফটো ডিমৌৰ ভোট কেন্দ্ৰত যুৱকক আটক।ফেচবুক লাইভ কৰাৰ অভিযোগত আটক কৰা হয় যুৱকজনক।ভোটকেন্দ্ৰত ফেচবুক লাইভ কৰিছিল যুৱকজনে।ফেচবুক লাইভ কৰাৰ বাবে যুৱকজনক আটক কৰিছে আৰক্ষীয়ে।যুৱকজনৰ নাম চৈয়দ আলী।ডিমৌৰ উদয়পুৰত ঘৰ যুৱকজনৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক