New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/85bccb82-587d-4372-8fc9-fe6a7a3816e9/pic_eimuhurtor_khobor_copy.jpg)
নকল সুৰা প্রস্তুত কাৰখানালৈ এক্সট্ৰা নিউট্ৰেল এলকহল যোগান ধৰা দুই সৰবৰাহকাৰী গ্রেপ্তাৰ।
লগতে অবৈধ সুৰা বিক্রেতাকো গ্রেপ্তাৰ।
ধৃত দুই সৰবৰাহকাৰী ইছমাইল আলী আৰু চামিনুৰ আলী।
দুই সৰবৰাহকাৰীৰ পৰা জব্দ ২২০লিটাৰ এক্সট্ৰা নিউট্ৰেল এলকহল স্পিৰিট।