New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/rani.jpg)
- কামৰূপৰ ৰাণীত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী জব্দ।
- শুকুৰবাৰে দিনৰ ভাগত জব্দ হয় বিস্ফোৰক সামগ্ৰীখিনি।
- ৰাণীৰ পৰা মেঘালয়লৈ নি থকা অৱস্থাত জব্দ সামগ্রীখিনি।
- জব্দ ২৮০০ জিলেটিন ষ্টিক, ১৫০০ ইলেকট্রনিক ডিট'নেটৰ।
- সামগ্রীসহ আটক জেহৰুল ইছলাম নামৰ এজনক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us