/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/liquor.jpg)
-
অসমত হোলীৰ দুদিনৰ ৰাজহ ঘোষণা।
-
আবকাৰী বিভাগে ঘোষণা কৰিলে এই ৰাজহ।
-
প্রথম দিনা অৰ্থাৎ ৭ মাৰ্চৰ দিনা ৰাজহৰ পৰিমাণ ৯.৫৮ কোটি টকা।
-
দ্বিতীয় দিনা অৰ্থাৎ ৮ মাৰ্চৰ দিনা ৰাজহ ১.০৪ কোটি টকা।
-
দুয়ো দিনৰ মুঠ ৰাজহৰ পৰিমাণ ১০.৬২ কোটি টকা।
-
কামৰূপ মহানগৰ জিলাতে দুদিনত ৫.১৮ কোটি টকা সংগ্রহ।