ধেমাজিত এছ আইৰ গুলীত নিহত প্ৰাক্তন আৰক্ষী অধীক্ষক

ধেমাজিত এছ আইৰ গুলীত নিহত প্ৰাক্তন আৰক্ষী অধীক্ষক
  • ধেমাজিত চাঞ্চল্যকৰ কাণ্ড

  • আৰক্ষী উপ পৰিদৰ্শকে গুলীয়াই হত্যা কৰিলে এজন অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকক

  • আৰক্ষী অধীক্ষক গৰাকীৰ নাম অমূল্য বৰুৱা

  • অমূল্য বৰুৱা অৰুণাচল আৰক্ষীৰ বিভাগত কৰ্মৰত আছিল

  • আলোক কোৱঁৰ নামৰ নতুনকৈ নিযুক্তিপ্ৰাপ্ত এছ আই জনে সংঘটিত কৰিছে এই কাণ্ড

  • ডিব্ৰুগড় সদৰ থানাত তেওঁ কৰ্মৰত আছিল

  • ধেম‍াজি ভেহপৰা গাঁৱত এই হত্যাকাণ্ড সংঘটিত হয়

  • হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীৰ ওচৰত আত্ম সমৰ্পন কৰিলে এছ আই আলোক কোৱঁৰে

  • মাটি বাৰী সংক্ৰান্তত দীৰ্ঘদিন ধৰি চলি আছিল মনোমালিন্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in