/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/153b10e7-ff48-4bf8-b98f-9fb8e2aef5f9/111.jpg)
-
জুৱা খেলি আটক হ’ল প্রাক্তন বিধায়ক
-
নাহৰকটীয়াৰ প্রাক্তন বিধায়ক নৰেন সোণোৱালক আটক
-
ডিব্রুগড় আৰক্ষীয়ে আটক কৰে প্রাক্তন বিধায়কগৰাকীক
-
নৰেন সোণোৱালসহ ৭ টা জুৱাৰীক আটক আৰক্ষীৰ
-
আটক- মুকুল ঘোষ, মেহৰাজ মহম্মদ, দীপেন্দ্র দত্ত
-
আটক- ঋত্বিক বৰুৱা, আব্দুল ৰচিদ, আৰু দীপক ৰঞ্জন
-
ডিব্রুগড় বৈৰাগীমঠত জুৱাৰ বিৰুদ্ধে এই অভিযান
Also Read: ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰমেলাৰ শুভাৰম্ভ