New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/just-in-breaking-plate.jpg)
- মায়বঙৰ কীৰ্তিপুৰ এল পি স্কুলত ই ভি এম বিকল।
- ডিমা হাছাওৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ই ভি এম বিকল হোৱাৰ খবৰ।
- অসমৰ ৫ সমষ্টিৰ ৫০টাতকৈ অধিক ভোটগ্ৰহণ কেন্দ্ৰৰ ই ভি এম বিকলৰ খবৰ।
- কামপুৰতো বিকল হৈছে ই ভি এম।
- গৰেশ্বৰতো ই ভি এম বিকল হোৱাৰ খবৰ।
- মঙলদৈৰ ৬ টা ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হৈছে।
- লাহৰীঘাটতো নিজগেৰুৱা ১১৭ নং ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল।
- ডিফুৰ পৰাও ই ভি এম বিকল হোৱাৰ খবৰ।
- ই ভি এম বিকল হোৱা কেইটামান ভোটগ্ৰহণ কেন্দ্ৰত পলমকৈ আৰম্ভ হৈছে ভোটগ্ৰহণ পৰ্ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us