New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-agrani.jpg)
- ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিকল ই ভি এম মেচিন।
- ধুবুৰীৰ মতিচৰ হাই স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা বিকল হৈ আছে ই ভি এম।
- ৮.৩০ বজা পৰ্যন্ত ভোটাৰ ৰাইজে সাব্যস্ত কৰিব পৰা নাই ভোটাধিকাৰ।
- ইফালে, বৰপেটাৰ কেওতকুছিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰটো বিকল হয় ই ভি এম।
- কিছু সংখ্যক ভোটাৰে ভোটদান কৰাৰ পাছতেই বিকল হৈ পৰে ই ভি এমটো।
- বৰ্তমানলৈ ই ভি এম মেচিনটো সলনি কৰা হোৱা নাই।
- আনহাতে, সৰুক্ষেত্ৰীতো বিকল হৈছে ই ভি এম।
- অঞ্চলটোৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰৰ দীঘলীয়া শাৰী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us