ভোটগ্ৰহণ কেন্দ্ৰৰ সমুখত ভোটাৰৰ দীঘল শাৰী, কেইবাস্থানত ই ভি এম বিকলৰ খবৰ…

ভোটগ্ৰহণ কেন্দ্ৰৰ সমুখত ভোটাৰৰ দীঘল শাৰী, কেইবাস্থানত ই ভি এম বিকলৰ খবৰ…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • বৰপেটা সমষ্টিৰ অগপ-মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ ভোটদান।
  • দহহাতী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত ভোটদান কৰে প্ৰাৰ্থীগৰাকীয়ে।
  • ইফালে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ই ভি এম বিকল হোৱাৰ খবৰ।
  • গুৱাহাটী এয়াৰফৰ্চ গেটৰ বেলগুৰি কেন্দ্ৰত ই ভি এম বিকল।
  • ধৰ্মপুৰ, নাপটীপাৰাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰতো ই ভি এম বিকলৰ খবৰ।
  • বঙাইগাঁও ৰেলৱে এইচ এছ স্কুলত বিকল হৈছে ই ভি এম।
  • ১০টাতকৈ অধিক ভোটকেন্দ্ৰত ই ভি এম বিকল হোৱাৰ খবৰ।
  • ভোটগ্ৰহণ কেন্দ্ৰৰ সন্মুখত ভোটাৰৰ দীঘল শাৰী।
  • ফৰকাল বতৰৰ বাবে ভোটাৰে ভিৰ কৰিছেহি ভোটগ্ৰহণ কেন্দ্ৰসমূহত।